লেখা অনুসন্ধান কৰক

Wednesday, June 22, 2011

কম্পিউটাৰত অসমীয়া/বাংলা কেনেকৈ লিখিব ?(How to type in Assamese/English in Computers?)

(In English----------------------

First of all, kindly install the Avro Software in your computer which
can  be downloadable from the following URL.
http://niponwave.com/download/setup_avrokeyboard_5.1.0.exe

Now download the Keyboard from the following URL ,
http://www.mediafire.com/?mwflxmz42ac6fty

And install it by Right Click and Install.
Now Close the Quit the  Avro Software (if running)
and Start it again .

Now you will see  the Floating Menu appearing in the Top of your desktop.
Click on the Left Hand side of the Floating menu where "English" is written.
Now it becomes "বাংলা" . That means you are ready to type Bangla.
But if you want to write assamese, Then just click on the Lower part
of that "বাংলা" or "English" button(Language Toggler).

You will see several Keyboards like Avro Easy/Bornona/Probhat and Arunjyoti
You can choose the Arunjyoti Keyboard.

Now if you type (in anywhere, viz Word File, Internet Browser etc.)
Assamese fonts will appear.

For guidance in writing Assamese Unicode, Please see the help-image by
clicking on the keyboard icon appearing nearby(to the Right Hand Side
of ) the Language Toggler.

Example - অসমীয়া= Shift+A,s,m,[,Shift+z,a
চিৰ চেনেহী মোৰ ভাষা জননী =c,i,r,  c,e,n,e,h,[,  m,o,r,Shift+b,a,x,a j,n,n,[
মৃন্ময় নাথ=m,Shift+.,n,/,m,Shift+Z n,a,Shift+T
Shift is used for Writing the Letters which is shown in the Upper Part
of a keypad(See the help image)
'/' is used for joining two characters like x,/,f will give ষ্ট
And Cntrl+Shift+Alt  is used for writing some special joint character like
Cntrl+Shift+Alt +k=ঙ্ক বা Cntrl+Shift+Alt +m=,ঙ্গ (Only few characters
have been mapped following this rule)
)


(অসমীয়াত----------------------
----

প্ৰথমে http://niponwave.com/download/setup_avrokeyboard_5.1.0.exe এই
সঁজুলীটো নিজৰ পৰিকলন যন্ৰ (Computer) লৈ আনি সংস্থাপন কৰক ।

ইয়াৰ পিছত  http://www.mediafire.com/?mwflxmz42ac6fty  এই ছাবিফলিখনো
সংস্থাপন কৰি লওঁক । এবাৰ অভ্ৰ সঁজুলীবিধ বন্ধ কৰি পুণৰ চালু(আৰম্ভ) কৰক
(Restart Avro Software)। এতিয়া অভ্ৰৰ শিৰোনামাৰ বাৰান্দাখনত(Avro Menu
Icons) যে আছে 'বাংলা 'বুলি তাৰ তলত টিপিলে বিভিন্ন ধৰণৰ ছাবিফলিৰ নাম
দেখা পাব যেনে 'বৰ্ণনা','প্ৰভাত','অৰুণজ্যোতি' আদি । আপুনি অৰুণজ্যোতি
ছাবিফলিখন ব্য‌ৱহাৰ কৰি চাব পাৰে । সুবিধাৰ বাবে ওচৰতে থকা ছাবিফলিৰ
ছবিখন চাই ল'ব পাৰে ।

যিকোনো যুক্তাক্ষৰ লিখিবৰ বাবে আখৰ দুটা ‘/(?)’ চিহ্নৰবাবে ব্য‌ৱহৃত
বুটামটো(Enter ৰ তলত Shiftৰ বাওঁফালে থকা) টিপি লগ লগাব পাৰিব। য়কাৰ ডালৰ
বাবে আপুনি অন্য আখৰ সংযোগ কৰাৰ দৰে 'য' আখৰটো সংযোগ কৰিব লাগিব ।যেনে
"কাৰ্য্য " লিখিবলৈ k,a,r,/(?),z,/(?),z লিখিব লাগিব ।
যুক্তাক্ষৰ=z,u,k,/(?),t,a,x,r আৰু ঙ্ক,জ্ঞ,ঙ্গ ইত্যাদিৰ বাবে
Cntrl+Shift+Alt +k বা Cntrl+Shift+Alt +m আদি লিখিব পাৰিব । দুদিন পাছত
অভ্যস্ত হৈ পৰিব বুলি আশা কৰিলো ।
)

No comments:

Post a Comment

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...