ৰঞ্জনৰ
এনেয়ে অফিচলৈ দেৰি হৈছে আজি । তাতে আকৌ এওঁক আজি স্কুলত থৈ যাব লাগিব । কাপোৰ
পিন্ধি জোতাযোৰ পিন্ধিবলৈ লওঁতেই এওঁক দেখি ৰঞ্জনৰ মাথা গৰম হৈ গ’ল। তাৰ মুখেৰে
নিজে নজনাকৈয়ে ওলাই গ’ল- “মই গা ধুবলৈ যাওঁতেই দেখোন তুমি কাপোৰ উলিয়াবলৈ লৈছিলা! এতিয়ালৈকে
মূৰ আঁচুৰিয়েই হোৱা নাই তোমাৰ ?”
যিষাৰ
মাতে তাক মনে মনে বাইকখন চলাই যাবলৈ বাধ্য কৰালে সেইষাৰ আছিল-“মই কি ইমান দেৰি
বহি আছিলো?”
No comments:
Post a Comment